কলি যুগত প্ৰভু শ্রীবিষ্ণুৰ লগতে প্রভু গনেশেও লব পৃথিৱীত অৱতাৰ।পঢ়ক গনেশৰ ধুম্রকেতু অৱতাৰৰ কথা।
মহৰ্ষি ব্যাসে সৰ্বশ্ৰেষ্ঠ বুলি অভিহিত কৰা কলিযুগ কিন্তু কিয়? সত্যযুগত ১০ বছৰ জপ কৰি তপস্যা কৰি যিবোৰ ফলাফল পোৱা যায়, সেইবোৰ ত্ৰেতাযুগত ১ বছৰ আৰু দ্বাপৰযুগত ১ মাহত পোৱা যায়। যদি আমি কলিযোগ ৰ কথা কওঁ তেন্তে এদিন আৰু এৰাতিতে হৰি কীৰ্তন কৰিহে জপ, তপস্যা আৰু যজ্ঞৰ দ্বাৰাহে লাভ কৰিব পাৰি।কলিযুগেই একমাত্ৰ যুগত ঈশ্বৰ লাভ … Read more