প্ৰকৃত মা সীতাক অপহৰণ কৰা নাছিল ৰাৱণে! জানক কোন আছিল ছাঁয়া সীতা। পঢ়ক অগ্নি পৰীক্ষাৰ প্ৰকৃত সত্য।

পৌৰাণিক কাহিনী অনুসৰি ভগৱান প্ৰভু শ্ৰীৰামক মৰ্যাদা পুৰুষোত্তম বুলিও কোৱা হয় আৰু এজন ৰজাৰ দৰে প্ৰজাৰ প্ৰতি সমৰ্পণ প্ৰভু শ্ৰীৰামৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ আছিল। এনে পৰিস্থিতিত যেতিয়া মাতৃ সীতাই বহুদিন ৰাৱণৰ বন্দী হৈ ঘূৰি আহিছিল, তেতিয়া তেঁওক অগ্নিৰ পৰীক্ষা দিছিল। কিন্তু প্ৰভু শ্ৰী ৰামৰ ভাতৃ লক্ষ্মণে এই কথা গম পাই নিজ ভাতৃ প্ৰভু শ্ৰী ৰামৰ … Read more