টকা ধাৰলৈ দিয়াৰ সময়ত মানি চলিব লাগে বাস্তু শাস্ত্ৰৰ এইবোৰ নিয়ম।অন্যথা ঘূৰাই নাপাব ধন!
আমি সকলোৱে কেতিয়াবা কাৰোবাক ধন ধাৰে দিওঁ। প্ৰায়ে আমি আমাৰ ঘনিষ্ঠ বা চিনাকি মানুহক সহায় কৰিবলৈ ধন ধাৰে দিওঁ। কেতিয়াবা কেৱল সহায় কৰিবলৈ আৰু কেতিয়াবা আমি ঋণৰ সুত লওঁ। যাতে আমিও উপকৃত হওঁ। নিশ্চয় আৰ্তজনক সহায় কৰাটো ভাল। অৱশ্যে কাৰোবাক ধন ধাৰে দিয়াৰ পিছত আমি আমাৰ ধন অতি সোনকালে ঘূৰাই পোৱাটো কামনা কৰোঁ। কেতিয়াবা সেই … Read more