বজৰংবলীৰ কৃপাত এই ৫ টা বিশেষ গুণ থাকে মঙল বাৰে জন্ম হোৱা লোকৰ। জানক তেওঁলোকৰ চৰিত্ৰ m

সন্তান জন্ম হ’লে পৰিয়ালৰ লোকে জ্যোতিষীৰ পৰা তেওঁৰ ৰাশিফলটো বনাই দিয়ে। শিশুটিৰ জন্মৰ দিন আৰু সময়ৰ ওপৰত ভিত্তি কৰি জ্যোতিষ শাস্ত্ৰই নক্ষত্ৰৰ হিচাপ কৰি তাৰ ৰাশিফল প্ৰস্তুত কৰে আৰু ইয়াৰ ভিত্তিত তেওঁৰ ভৱিষ্যত নিৰ্ণয় কৰা হয়। ক’ব পাৰি যে জীৱনত জন্মৰ সময়ৰ অতি গুৰুত্ব আছে। একেদৰে জন্মদিনৰো গুৰুত্ব আছে। আপুনি কোন দিনা জন্ম লয় তাৰ … Read more