শৰীৰত তেজৰ পৰিমান কমি গলে দেখা যায় এই ৬ টা লক্ষণ।৯০% ই নাজানে এই কথা।

যেতিয়া আমাৰ শৰীৰত পৰ্যাপ্ত পৰিমাণৰ তেজ থাকে তেতিয়া আমি ভাল আৰু সুস্থ অনুভৱ কৰো। স্বাস্থ্য বিশেষজ্ঞসকলেও শৰীৰত তেজ বা হিম’গ্লবিনৰ পৰিমাণ ভালকৈ ৰখাৰ পৰামৰ্শ দিয়ে। কিন্তু বহুতে শৰীৰত তেজৰ অভাৱৰ সন্মুখীন হ’বলগীয়া হয়। শৰীৰত তেজৰ অভাৱ হ’লে এজন ব্যক্তিয়ে ক্লান্তি আৰু দুৰ্বলতাৰ দৰে লক্ষণ অনুভৱ কৰিব পাৰে। যদি শৰীৰত তেজৰ অভাৱ হয়, তেন্তে এই লক্ষণসমূহ … Read more