ৰাতি বহু দেৰিলৈ টোপনী নোযোৱা লোক সকলৰ হব পাৰে এই ৫ টা বেমাৰ।কেঞ্চাৰ চুগাৰ হাৰ্ট এটেকৰ আশংকা !
আমাৰ শৰীৰক যেনেকৈ পানী, বায়ু আৰু খাদ্যৰ প্ৰয়োজন। ঠিক তেনেদৰে শৰীৰে সঠিকভাৱে কাম কৰিবলৈ ভাল টোপনিৰ প্ৰয়োজন। যদি শৰীৰে পৰ্যাপ্ত পৰিমাণে টোপনি নাপায় তেন্তে বহু ধৰণৰ শাৰীৰিক আৰু মানসিক সমস্যাৰ সৃষ্টি হ’ব পাৰে। পৰ্যাপ্ত পৰিমাণে টোপনি নোপোৱাৰ বাবে আন মানুহতকৈ আপুনি ৰোগৰ আশংকা বেছি। ২০১০ চনত কৰা এক গৱেষণাৰ পৰা জানিব পৰা গৈছে যে সোনকালে … Read more