খোৱাৰ সময়ত সন্তানে কন্দা কটা কৰি নাখাই নেকি খাদ্য? তেন্তে কৰক এই কাম।শিশুক খাদ্য খোৱাৰ টিপছ।
শিশুৱে ঘৰৰ খাদ্য নাখালে কি কৰিব? ঘৰতে ৰন্ধা খাদ্য খাবলৈ শিশুসকলে প্ৰায়ে অনিচ্ছুক। বেছিভাগ শিশুৱে ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে পেকেটত ভৰোৱা জাংক ফুড যেনে চিপচ, কেক, ব্ৰেড, পেষ্ট্ৰি, চকলেট, টফী আদি খাবলৈ আৰম্ভ কৰে। ঘৰুৱা খাদ্য খোৱাৰ পৰিৱৰ্তে শিশুৱে ভজা আৰু জাংক ফুড যেনে ইনষ্টেণ্ট নুডলছ, পিজ্জা, বাৰ্গাৰ, মমো, ৰোল আদি পছন্দ কৰে। এই … Read more