মহিলাৰ গুপ্ত অংশত হোৱা খজুৱতি দূৰ কৰিব এইবোৰ ঘৰুৱা সামগ্ৰীয়ে।জানক কি এই ঘৰুৱা সামগ্ৰী।
যদি আপোনাৰো যোনিত খজুৱতি হোৱাৰ সমস্যা আছে, তেন্তে আপুনি ইয়াক আওকাণ কৰা উচিত নহয়! বৰঞ্চ ইয়াক শুধৰাবলৈ আৰম্ভণিতে কিছুমান ব্যৱস্থা গ্ৰহণ কৰা উচিত। কেতিয়াবা সামান্য খজুৱতি হ’লেও সংক্ৰমণ হ’ব পাৰে। সেয়েহে আমি আপোনালোকক ব্যক্তিগত অংশত খজুৱতিৰ ঘৰুৱা উপায় কৈছো যিয়ে এই সমস্যা দূৰ কৰাত সহায় কৰিব। যদি তথাপিও খজুৱতি নাইকিয়া হয় তেন্তে চিকিৎসকৰ পৰামৰ্শ ল’ব … Read more