এই ৫ টা বেমাৰৰ চমৎকাৰী ঔষধ হৈছে বগা কোমোৰা। জানি লওক ইয়াৰ উপকাৰিতা।

বগা কোমোৰা বা বগা পেথা গ্ৰীষ্মকালীন জনপ্ৰিয় খাদ্য। ইয়াক ইংৰাজীত White Pumpkin, Ash Gourd আৰু Wax Gourd বুলিও কোৱা হয়। দেখাত লাউৰ দৰে দেখা এই বস্তু বহুতো পুষ্টিকৰ উপাদান থাকে। ইয়াত প্ৰটিন, আঁহ, জিংক, আইৰণ, কেলচিয়াম, মেগনেছিয়াম আৰু ফছফৰাছ আদি পুষ্টিকৰ পদাৰ্থ প্ৰচুৰ পৰিমাণে পোৱা যায়। বগা কুমলীয়া কোমোৰা বহু ধৰণে সেৱন কৰা হয়। কিছুমানে … Read more