জামুকক ইংৰাজীত কি বুলি কোৱা হয় জানেনে? ৯০ % ই নাজানে ইয়াৰ শুদ্ধ উত্তৰ।

জামুক গৰমৰ বতৰত পোৱা এবিধ অতি উপকাৰী ফল। বহুতে জামুক ভাল পায়, কিন্তু ইয়াৰ নাম ইংৰাজীত জানেনে? বেছিভাগ মানুহেই হয়টো ইয়াৰ ভুল উত্তৰ দিব…

ইংৰাজীত জামুকক কি বুলি কোৱা হয় আজিও বহুতে নাজানে। বেছিভাগ মানুহেই ইংৰাজীত জামুকক ব্লেক বেৰী বুলি কয়। কিন্তু এইটো ইয়াৰ ইংৰাজী নাম নহয়।

আচলতে ব্লেক বেৰি এটা বেলেগ ফলৰ নাম। যদিও, দেখাত ব্লেকবেৰী দেখাত জামুকৰ দৰে হ’ব পাৰে,কিন্তু ই জামুক নহয়। এই দুয়োটা ফল ইটোৱে সিটোৰ পৰা একেবাৰে পৃথক।

জামুকৰ ৰং বেঙুনীয়া, পাতল গোলাপী আৰু ক’লা, আনহাতে ব্লেকবেৰীৰ ৰং ৰঙা, সেউজীয়া আৰু গাঢ় ক’লা। যদিও ইয়াৰ বহু প্ৰকাৰ আছে, কিন্তু সাধাৰণ ভাষাত ব্লেকবেৰীক মালবেৰী বুলিও কোৱা হয়।

জামুকক ইংৰাজীত ব্লেকবেৰী বুলি কোৱা নহয়, ইয়াক ব্লেক প্লাম বা জাভা প্লাম বুলি কোৱা হয়।জামুকৰ আন বহু নাম আছে যেনে ৰাজমান, কলা জামুক, জামালি আৰু ইণ্ডিয়ান ব্লেকবেৰী ইত্যাদি।

Leave a Comment