মানুহৰ শৰীৰৰ কোনটো বস্তু সকলো সময়তে গৰম হৈ থাকে ? UPSC পৰীক্ষাত সুধিলে এনে আচৰিত প্ৰশ্ন !

বহু পৰীক্ষাৰ্থীয়ে বছৰ বছৰ ধৰি UPSC পৰীক্ষাৰ বাবে প্ৰস্তুতি চলায়। ইয়াৰ পিছতো প্ৰথম প্ৰচেষ্টাতে পৰীক্ষাৰ তিনিওটা পৰ্যায় ক্লিয়াৰ কৰাটো সহজ নহয়। যদি আপুনি IAS স্তৰৰ সাক্ষাৎকাৰ দিব বিচাৰে তেন্তে আপোনাৰ প্ৰস্তুতিও একে স্তৰৰ হ’ব লাগে (IAS Interview)। এই কথাটো সকলো সময়তে মনত ৰাখক যে সাক্ষাৎকাৰ পেনেলত বহি থকা বিশেষজ্ঞসকলে আপোনাৰ যুক্তিসংগত ক্ষমতা পৰীক্ষা কৰিবলৈ যিকোনো ধৰণৰ প্ৰশ্ন সুধিব পাৰে।

ইউ পি এছ চিৰ সাক্ষাৎকাৰত প্ৰায়ে দেখা যায় য’ত সাক্ষাৎকাৰ লোৱাজনৰ প্ৰশ্নবোৰ সহজ যদিও প্ৰাৰ্থীসকলে উত্তৰ দিয়াৰ ক্ষেত্ৰত ভুল কৰে। ইউ পি এছ চিৰ সাক্ষাৎকাৰত সুধিব পৰা কিছুমান অনুৰূপ প্ৰশ্ন আগবঢ়োৱা হ’ল। যাৰ পৰা আপুনি এটা ধাৰণা ল’ব পাৰে যে সাক্ষাৎকাৰত কেনেধৰণৰ প্ৰশ্ন সুধিব পাৰি।

প্ৰশ্ন : শৰীৰৰ কোনটো অংশ আটাইতকৈ বেছি গৰম হয়?    
উত্তৰঃ শৰীৰৰ যি অংশত তেজ বেছি বেগেৰে চলি থাকে, সেই অংশই আটাইতকৈ গৰম হৈ থাকে।
প্ৰশ্ন : আমাৰ দেশত মানুহৰ প্ৰথম প্ৰমাণ ক’ৰ পৰা পোৱা যায়?
উত্তৰঃ নৰ্মদা উপত্যকাৰ পৰা।
প্ৰশ্ন : কোনখন দেশত ছোৱালী এজনীয়ে বিয়া পাতি চৰকাৰী চাকৰি পায়?
উত্তৰ : আইচলেণ্ড।
প্ৰশ্ন : সেউজীয়া কণী পৰা কুকুৰা?
উত্তৰ : নেডী কুকুৰা।
প্ৰশ্ন : সেই বস্তুটো কি যিটো এবাৰ বৃদ্ধি পায়, কিন্তু আৰু কেতিয়াও কমি নাযায়?
উত্তৰ : বয়স।  
প্ৰশ্ন : এটা শিল পানীত ডুবালে কি হব?
উত্তৰ : তিতি যাব।
প্ৰশ্ন : অসমৰ বিখ্যাত উৎসৱ কোনটো?
উত্তৰঃ বিহু।

প্ৰশ্ন : ল’ৰাই যদি কোনোবা ছোৱালীক প্ৰপ’জ কৰে তেন্তে প্ৰপ’জিং অপৰাধৰ শ্ৰেণীত আহিবনে?
উত্তৰ :নাহে । আই পি চিৰ কোনো ধাৰাত প্ৰপ’জক অপৰাধৰ শ্ৰেণীত ৰখা হোৱা নাই।

*এই প্ৰতিবেদন কেৱল সাধাৰণ তথ্যৰ বাবেহে দিয়া হৈছে, AssamPrime24 এ এই তথ্যৰ নিশ্চয়তা প্ৰদান নকৰে আৰু দায়িত্ব গ্ৰহণ নকৰে। অধিক নিশ্চিত বিৱৰণৰ বাবে বিশেষজ্ঞ আৰু অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লওঁক।লেখাবোৰ পঢ়ি ভাল পালে যদি শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।

Leave a Comment