সাধাৰণ যেন লগা উৰহীয়ে দূৰ কৰিব পাৰে এই ৫ টা বেমাৰ।পঢ়ক উৰহী খোৱাৰ উপকাৰিতা।
উৰহী এবিধ মাহজাতীয় শস্য, য’ত বহুতো পুষ্টিকৰ উপাদান থাকে। ই বীন প্ৰজাতিৰ এবিধ পাচলি। খাবলৈ সুস্বাদু হোৱাৰ উপৰিও স্বাস্থ্যৰ বাবেও ই অতি উপকাৰী। ভিটামিন বি ৩, ভিটামিন বি ৬, প্ৰটিন, কেলচিয়াম, আইৰণ, মেগনেছিয়াম, ফছফৰাছ, কপাৰ, থাইয়ামিন আৰু নিয়াচিন আদি বহুতো পুষ্টিকৰ উপাদান ইয়াত পোৱা যায়, যিয়ে বহু ৰোগৰ পৰা ৰক্ষা কৰাত সহায় কৰে। নিয়মিতভাৱে সেৱন … Read more